May 27, 2024 8:03 PM

views 48

ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত

অহা ২ জুনত আৰম্ভ হ'বলগীয়া টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে অধিনায়ক ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হৈছে। দলটোত ৰোহিত শৰ্মাৰ উপৰি যশপ্রীত বুমৰাহ, সূৰ্য কুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, শিৱম ডুবে, মহম্মদ ছিৰাজ, অর্শদীপ সিং, খলিল আহমেদ, কুলদীপ যাদৱ, অক্ষৰ পেটেল, মুখ্য প্ৰশিক্ষক ৰাহুল দ্রাবিড় আৰু বেটিং প্রশিক্ষণ বিক্ৰম ৰাথোড় আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজে ২ জুনৰ পৰা ২৯ জুনলৈ যুটীয়াভাৱে টি-টুৱেন্টি বিশ...