December 15, 2024 11:48 AM

views 11

যক্ষ্মা ৰোগৰ সজাগতাৰ উদ্দেশ্যে সাংসদৰ মাজত প্রীতি ক্রিকেট খেল

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি যক্ষ্মা ৰোগৰ সজাগতাৰ উদ্দেশ্যে বচা বচা সাংসদৰ মাজত হ'বলগীয়া এখন প্রীতি ক্রিকেট খেলত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা হামিৰপুৰ লোকসভা সমষ্টিৰ সাংসদ অনুৰাগ সিং ঠাকুৰৰ নেতৃত্বৰ সাংসদৰ এটা দলে শ্ৰী বিৰলাক এই প্রীতি ক্রিকেট খেলখন উপভোগ কৰিবলৈ আমন্ত্ৰণ জনায় । নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ সমীপৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আজি পুৱা ৯ বজাৰ পৰা, ২০ অভাৰৰ এই ক্রিকেট খেলখন আৰম্ভ হ'ব। ডি ডি স্পোর্টছ আৰু সংসদ টিভিয়ে এই খেলখনৰ পোনপটীয়া...