June 9, 2024 12:40 PM

views 16

টি-২০ বিশ্বকাপত ইংলেণ্ডক ৩৬ ৰানত পৰাস্ত অষ্ট্ৰেলিয়াৰ, নেডাৰলেণ্ডছৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ জয়

অষ্ট্ৰেলিয়াই যোৱানিশা বাৰবাডোজৰ ব্ৰীজটাউনত অনুষ্ঠিত আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত ইংলেণ্ডক ৩৬ ৰানত পৰাস্ত কৰে। ইংলেণ্ডে ২০২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৬৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইংলেণ্ডৰ হৈ জোশ বাটলাৰে সৰ্বাধিক ৪২ ৰান কৰে। অষ্ট্ৰেলিয়াৰ এডম জম্পা আৰু পেট কামিন্সে দুটাকৈ উইকেট দখল কৰে। এডম জম্পাক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট...