September 15, 2025 12:02 PM

views 28

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত পাকিস্তানক ৭ উইকেটত পৰাস্ত ভাৰতৰ

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কালি নিশা অনুষ্ঠিত গ্রুপ-এৰ এখন খেলত ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে ১২৮ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ১৫ অভাৰ ৫টা বলত তিনিটা উইকেট হেৰুৱাই ১৩১ ৰান কৰে। অপেনাৰ অভিষেক শৰ্মাই ১৩টা বলত ৩১ ৰান কৰাৰ লগতে অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৪৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে পাকিস্তানে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে ৩টা, আৰু...