January 9, 2026 8:25 PM

views 11

কন্টেন্ট ক্রিয়েটৰসকলৰ সুবিধার্থে ডী ডী নিউজৰ ক্রিয়েটছ কর্ণাৰ শীৰ্ষক নতুন অনুষ্ঠানৰ শুভাৰম্ভ

প্ৰচাৰ ভাৰতীৰ বেছ মঞ্চই সমগ্ৰ বিশ্বৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে ৫ হাজাৰ কোটি টকা মূল্যৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ সুবিধা প্ৰদান কৰা বুলি কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্রকাশ কৰিছে। কন্টেন্ট ক্রিয়েটৰসকলৰ সুবিধার্থে ডী ডী নিউজৰ ক্রিয়েটছ কর্ণাৰ শীৰ্ষক এটা নতুন অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্রীবৈষ্ণৱে এইদৰে কয়। তেওঁ কয় যে প্ৰচাৰ ভাৰতীয়ে এই নতুন পদক্ষেপৰ জৰিয়তে সৃষ্টিশীল বিষয়সমূহক প্ৰচাৰ তথা প্ৰদৰ্শনৰ লক্ষ্য নির্ধাৰণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এই ক্রিয়েটৰৰ অৰ্থনীতিত ১ কো...