September 30, 2024 11:15 AM

views 31

ক্রিয়েট ইন ইণ্ডিয়া চেলেঞ্জ শীর্ষক প্রতিযোগিতাৰ প্ৰথম সংস্কৰণ মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গেমিং কার্টুন চলচ্চিত্র নির্মাণ তথা আন কেতবোৰ উদ্ভাৱনীমূলক খণ্ডত বর্ধিত সা-সুবিধা তথা নিয়োগৰ দ্ৰুতগতিত পৰিৱৰ্তিত প্ৰকাৰ সন্দৰ্ভত আলোকপাত কৰিছে। কালি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ উদ্ভাৱনীমূলক প্রতিভাৰ অপাৰ সম্ভাৱনা সম্পৰ্কে উল্লেখ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে আয়োজন কৰা ক্রিয়েট ইন ইণ্ডিয়া বিষয়বস্তু আধাৰিত ২৫টা প্ৰত্যাহ্বানত অংশগ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। শ্রীমোদীয়ে আগ্রহী ব্যক্তিসকলক এই প্রতিযোগিতাত অংশগ্রহণ কৰাৰ...