October 22, 2025 8:14 PM

views 32

দেশজুৰি ৬ লাখ ৬ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীক চি পি আৰ প্রশিক্ষণ প্রদান

চি পি আৰ সজাগতা সপ্তাহত দেশজুৰি ৬ লাখ ৬ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীক চি পি আৰ প্রশিক্ষণ প্রদান কৰা বুলি স্বাস্থ্য মন্ত্র্যালয়ে প্রকাশ কৰিছে। ম্যালয়ে যোৱা ১৩ৰ পৰা ১৭ অক্টোবৰলৈ সৰ্ব ভাৰত চি পি আৰ সজাগতা সপ্তাহৰ আয়োজন কৰে। এই কাৰ্য্যসূচীত জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ সুনিশ্চিত কৰাৰ লগতে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। ১৪ হাজাৰৰো অধিক অংশগ্রহণকাৰীয়ে ই চি এইচ অ' মঞ্চ আৰু ইউটিউব লাইভ ব্যৱস্থাৰে কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্য্যসূচীৰ সময়ত প্রায় ৭৯ হাজাৰ লোকে মাই গভ মঞ্চৰ জৰিয়...