January 15, 2026 7:00 PM

views 21

সৈনিকসকলৰ অদম্য সাহস, নিয়মানুৱৰ্তিতা আৰু সৰ্বোচ্চ ত্যাগে দেশখনক দি অহা সুৰক্ষাই প্ৰতিজন নাগৰিকক উদ্বুদ্ধ কৰি আহিছেঃ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

আজি সেনাবাহিনী দিৱস। এই উপলক্ষে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে ভাৰতীয় সেনাবাহিনীৰ সাহসী বিষয়া, সৈনিক আৰু প্ৰাক্তনসকলক শুভেচ্ছা জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিয়ে কয় যে সৈনিকসকলৰ অদম্য সাহস, নিয়মানুৱৰ্তিতা আৰু সৰ্বোচ্চ ত্যাগে দেশখনক দি অহা সুৰক্ষাই প্ৰতিজন নাগৰিকক উদ্বুদ্ধ কৰি আহিছে। সৈনিকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু দেশৰ একতা তথা অখণ্ডতা ৰক্ষাৰ বাবে থকা প্ৰতিশ্ৰুতিবদ্ধতাক দেশবাসীয়ে সদায় সন্মান কৰি আহিছে বুলিও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণণে কয় যে কর্তব্যত থ...

January 13, 2026 6:08 PM

views 36

দেশৰ যুৱ সমাজ মাদকদ্ৰব্য মুক্ত, স্বাস্থ্যৱান আৰু নিৰ্দিষ্ট লক্ষ্য থকা হ’লেহে বিকশিত ভাৰতৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব: উপ-ৰাষ্ট্ৰপতি

দেশৰ যুৱ সমাজ মাদকদ্ৰব্য মুক্ত, স্বাস্থ্যৱান আৰু নিৰ্দিষ্ট লক্ষ্য থকা হ'লেহে বিকশিত ভাৰতৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিশ্ববিদ্যালয়সমূহৰ মাদকদ্রব্য মুক্ত শিবিৰ কাৰ্যসূচীত অংশ লৈ দিয়া ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। তেওঁ এই কাৰ্যসূচীক চৰকাৰৰ নিচামুক্ত ভাৰত অভিযানৰ সৈতে অনুৰূপ বুলি উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণণে কয় যে মাদক দ্ৰব্যৰ অপব্যৱহাৰ হৈছে এটা সামাজিক প্ৰত্যাহ্বান আৰু ই জনস্বাস্থ্যৰ প্ৰতি উদ্বেগজনক তথা দেশৰ জ...

January 6, 2026 1:38 AM

views 22

অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে প্রশংসনীয় ভূমিকা পালন কৰিছে: উপ-ৰাষ্ট্ৰপতি

অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে প্রশংসনীয় ভূমিকা পালন কৰা বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মত প্রকাশ কৰিছে। নতুন দিল্লীত ২০২৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ গণৰাজ্য দিৱস কুচকাৱাজ শিবিৰত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। অপাৰেশ্যন সিন্দুৰৰ সাফল্যক আলোকপাত কৰি শ্ৰীৰাধাকৃষ্ণণে কয় যে এই অভিযানৰ জৰিয়তে দেশবাসী তথা দেশৰ সন্মান আৰু সার্বভৌমত্ব সুৰক্ষিত কৰি ৰখাত দেশৰ প্ৰতিশ্ৰুতিবদ্ধতা প্রতিফলিত হৈছে। তেওঁ কয় যে একতা আৰু নিয়মানুবর্তিতাৰ দৃষ্টিভ...

January 3, 2026 6:21 PM

views 19

ভেল’ৰ’ৰ স্বৰ্ণ মন্দিৰৰ মুখ্য পুৰোহিত শক্তি আম্মাৰ ৫০ বছৰীয়া জন্মদিন উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ মন্দিৰ দৰ্শন

ভেল'ৰ'ৰ স্বৰ্ণ মন্দিৰৰ মুখ্য পুৰোহিত শক্তি আম্মাৰ ৫০ বছৰীয়া জন্মদিন উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি মন্দিৰটো দৰ্শন কৰে। তাত সমবেত লোকসকলক উদ্দেশ্যি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই বিশেষ স্বৰ্ণ মন্দিৰ হৈছে দেশৰ দুটা স্বৰ্ণ মন্দিৰৰ অন্যতম। এই মন্দিৰৰ চৌহদ কেৱল উপাসনাস্থলীয়ে নহয়, বৰং মানৱ সেৱাৰ স্থান বুলিও শ্ৰীৰাধাকৃষ্ণণে উল্লেখ কৰে। সমাজৰ উপকাৰৰ অৰ্থে মন্দিৰ প্ৰশাসনে গ্ৰহণ কৰা কল্যাণমূলক আঁচনিসমূহক তেওঁ প্ৰশংসা কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড০ এল ম...

December 30, 2025 10:20 AM

views 33

দেশবাসীক ধৰ্মীয় সম্প্ৰীতিৰে সমাজৰ উন্নয়ন আৰু মংগলৰ বাবে একেলগে কাম কৰিবলৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দেশবাসীক ধৰ্মীয় সম্প্ৰীতিৰে সমাজৰ উন্নয়ন আৰু মংগলৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। কালি তিৰুৱনন্তপুৰমৰ এল এম এছ গীর্জা চৌহদত বৰদিন আৰু নৱবৰ্ষ উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সকলো মানুহে জাতি, ধর্ম, বর্ণ নির্বিশেষে একেলগে একোটা ধর্মীয় উৎসৱ উদযাপন কৰিলে সাম্প্রদায়িক সম্প্ৰীতি আৰু উন্নয়নৰ প্ৰকৃত মনোভাৱৰ উমান পোৱা যায়। আজি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভার্কলাত ৯৩ সংখ্যক শিৱগিৰি তীর্থযাত্ৰাত অংশগ্রহণ কৰিব, তাৰ পিছত তিৰুৱনন্তপুৰমৰ মাৰ ইভ...

December 29, 2025 4:53 PM

views 22

পুডুচেৰীক এখন গৌৰৱময় মহানগৰ বুলি অভিহিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে পুডুচেৰীক এখন গৌৰৱময় মহানগৰ বুলি অভিহিত কৰি কয় যে এই চহৰখনে কেইবা শতিকা আগৰ পৰাই বিশ্ববাসীৰ আগত কেৱল প্ৰাচীন সভ্যতাৰ পৰিচয় দিয়াই নহয়, প্ৰেম আৰু সামগ্রিকতাৰ মূল্যবোধকো প্রতিফলিত কৰি আহিছে। উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলটো ভ্ৰমণলৈ যোৱা ৰাধাকৃষ্ণণে পুডুচেৰীত উপস্থিত হৈ এইদৰে মত প্ৰকাশ কৰে। পুডুচেৰীয়ে ইয়াৰ সাংস্কৃতিক শ্রেষ্ঠত্বক দীর্ঘকাল ধৰি সযত্নে সংৰক্ষণ কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে, চহৰখনে সুব্রমণিয...

December 25, 2025 11:06 AM

views 25

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে নতুন দিল্লীত মদন মোহন মালব্যৰ সংগৃহীত ৰচনাৱলীৰ অন্তিমটো খণ্ড মুকলি কৰিব

CPউপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত মদন মোহন মালব্যৰ সংগৃহীত ৰচনাৱলীৰ অন্তিমটো খণ্ড মুকলি কৰিব। এই ৰচনাৱলীৰ প্ৰথমটো খণ্ড ২০২৩ চনৰ ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল। মালব্য মিছন আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগৰ দ্বাৰা যুটীয়াভাৱে এই দ্বিভাষিক প্রকাশন প্রকল্প সম্পূৰ্ণ কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে আধুনিক ভাৰতৰ অন্যতম নির্মাতাগৰাকীৰ কামসমূহ সংৰক্ষণৰ লক্ষ্যৰে সমগ্ৰ দেশৰ বিভিন্ন ঠাইৰ পৰা মূল তথ্যপাতিসমূহ সংগ্ৰহ কৰি ইয়াৰ গৱেষণা কৰা হয়। অন্তিমটো ...

December 14, 2025 9:17 PM

views 36

সম্রাট পেৰুম্বিডুণ্ড মুথাৰায়াৰ দ্বিতীয় ছুভাৰান মাৰাণৰ স্মৃতিত ডাক টিকট মুকলি

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে নতুন দিল্লীত সম্রাট পেৰুম্বিডুণ্ড মুথাৰায়াৰ দ্বিতীয় ছুভাৰান মাৰাণৰ স্মৃতিত এটা ডাক টিকট মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰাধাকৃষ্ণণে তামিল ভাষা-সংস্কৃতিলৈ চৰকাৰৰ নিৰন্তৰ সমর্থনক প্রশংসা কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাশি তামিল সংগমমকে ধৰি বিভিন্ন পদক্ষেপৰ প্ৰসংগ উল্লেখ কৰি তামিল ৰজা, নেতা আৰু স্বাধীনতা যুঁজাৰুসকলক সন্মান তথা স্বীকৃতি প্রদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, যে সম্রাট পেৰুম্বিডুগু মুথাৰায়াৰ স্মৃতিত ডাক টিকট ম...

November 24, 2025 8:55 PM

views 31

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামৰ

জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ'ৰামে আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে তেওঁক জনজাতি লোকসকলৰ কল্যাণৰ বাবে মন্ত্ৰালয়ে গ্রহণ কৰা উদ্যমসমূহৰ বিষয়ে তেওঁক অৱগত কৰে। শ্ৰীৰাধাকৃষ্ণণে চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ লাভালাভ জনজাতি সম্প্ৰদায়ৰ সকলো শ্ৰেণীৰ বাবে সুনিশ্চিত কৰা সন্দৰ্ভত আলোকপাত কৰে। জনজাতি সম্প্ৰদায়ৰ কল্যাণ সুনিশ্চিত হ'লেহে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'ব পৰা যাব বুলি উপ-ৰাষ্...

November 17, 2025 5:20 PM

views 37

সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে। সাম্প্রতিক ডিজিটেল যুগত ভুৱা বাতৰি আৰু ভুল তথ্যৰ প্ৰসাৰ প্ৰতিহত কৰাটো অতিশয় জৰুৰী হৈ পৰা বুলি তেওঁ মত প্ৰকাশ কৰে। হায়দাবাদৰ ৰামোজী ফিল্ম চিটীত চলিত বৰ্ষৰ ৰামোজী উৎকৃষ্টতা বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠান উদ্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মূল্যবোধ সম্বলিত সাংবাদিকতাৰ ক্ষেত্ৰত সংবাদ-উদ্যোগী প্রয়াত ৰামোজী ৰাওৱে গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্...