November 21, 2025 8:55 PM

views 18

ৰাজ্যৰ আদালতসমূহৰ লোক অধিবক্তা, অতিৰিক্ত লোক-অধিবক্তা আৰু সহকাৰী লোক-অধিবক্তা পদৰ ফলাফল ঘোষণা

ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ৰাজ্যৰ আদালতসমূহৰ বাবে অনুষ্ঠিত কৰা লোক অধিবক্তা, অতিৰিক্ত লোক-অধিবক্তা আৰু সহকাৰী লোক-অধিবক্তা পদৰ ফলাফলসমূহ আজি ঘোষণা কৰে। বাছনি সমিতিৰ অনুমোদনমর্মে আজি গৃহ বিভাগে ২৬ টা লোক-অধিবক্তা, ৮৭ টা লোক-অধিবক্তা আৰু ১৮১ টা সহকাৰী লোক- অধিবক্তা পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ কৰে।