December 23, 2025 12:36 PM

views 18

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশৰ স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী অনুপ্রিয়া পেটেল

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশৰ স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্র দেশতে প্রাথমিক স্বাস্থ্য যতন ব্যৱস্থা শক্তিশালী কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা কৰিছে। শ্ৰীমতী পেটেলে কালি নতুন দিল্লীৰ বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় আৰু চফদৰ্ডং চিকিৎ‍সালয়ৰ সপ্তম সমাৱৰ্তনত সম্বোধন কৰি কয়, যে কেন্দ্ৰীয় চৰকাৰে সকলোৰে বাবে স্বাস্থ্য সেৱা ব্যয় সাধ্য কৰি তুলিছে। তেওঁ কয় য...