November 15, 2024 8:08 PM

views 14

আজাৰবাইজানৰ বাঁকুত অনুষ্ঠিত জলবায়ু পৰিৱৰ্তন বিষয়ক COP-29 সন্মিলন

সঘনাই হৈ থকা বিপৰ্যয়ৰ পৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে বুলি আজাৰবাইজানৰ বাঁকুত অনুষ্ঠিত জলবায়ু পৰিৱৰ্তন বিষয়ক COP-29 সন্মিলনত ভাৰতে প্ৰকাশ কৰিছে। ভাৰতে কালি COP-29 সন্মিলনত জলবায়ু বিত্ত সম্পৰ্কীয় মন্ত্ৰী পৰ্যায়ৰ বৈঠকত সমভাৱাপন্ন দেশসমূহৰ হৈ দিয়া এটা বিবৃতিত এইদৰে মন্তব্য কৰে। কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব নৰেশ পাল গংগৱাৰে কয় যে প্ৰতিকূল বতৰৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বিশেষকৈ গ্লোবেল ছাউথ ৰূপে পৰিচালিত তুলনামূলকভাৱে কম অর্থনৈতিক আৰু ঔদ্যোগিক উন্নয়নৰ দেশসমূহৰ ...