November 22, 2024 5:49 PM November 22, 2024 5:49 PM
8
বাকোত অনুষ্ঠিত চি অ’ পি 29 ত জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ বিষয়ত গুৰুত্ব দিয়াৰ বাবে নিৰাশা ব্যক্ত ভাৰতৰ
ভাৰতে আজাৰবাইজানৰ বাকোত অনুষ্ঠিত চি অ' পি 29 ৰ পূৰ্ণাংগ অধিৱেশনত জলবায়ুৰ ক্ষেত্ৰত পৰ্যাপ্ত বিত্তীয় সাহায্যৰ পৰিৱৰ্তে জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ বিষয়ত গুৰুত্ব দিয়াৰ বাবে নিৰাশা ব্যক্ত কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে কৈছে যে ভাৰতে সম বিচাৰ সম্পন্ন উন্নয়নশীল দেশসমূহৰ হৈ বলিভিয়াই প্ৰকাশ কৰা বক্তব্যৰ সমৰ্থনত নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে। ভাৰতে কয়, যে গোলকীয় দক্ষিণৰ দেশসমূহে একেৰাহে জলবায়ু পৰিৱৰ্তনৰ ব্যাপক প্ৰভাৱৰ সন্মুখীন হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিৰুদ্ধে হোৱা যুঁজ...