November 25, 2024 8:39 PM

views 14

নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সমবায় সন্মিলন আৰম্ভ

আজি নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সমবায় সন্মিলন আৰম্ভ হৈছে। সন্মিলন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ভৱিষ্যতৰ বিকাশত সমবায় সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় সমবায় সন্মিলনত শ্ৰীমোদীয়ে আৰু কয়, যে সমবায়সমূহ কেৱল একো একোটা আৰ্হিয়েই নহয়, বৰং এইসমূহ হৈছে ভাৰতৰ সংস্কৃতিৰ ভেঁটি। তেওঁ কয়, যে দেশৰ সমবায়সমূহ এটা ধাৰণাৰ পৰা আন্দোলনলৈ, আন্দোলনৰ পৰা বিপ্লৱলৈ আৰু বিপ্লৱৰ পৰা সৱলীকৰণলৈ ৰূপান্তৰিত হৈছে। তেওঁ লগতে কয়, যে ভাৰ...