August 24, 2024 9:03 PM
অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্রমিক কল্যাণ পৰিষদৰ দুৰ্নীতিৰ গোচৰত ঠিকাদাৰ প্ৰিয়াংশু বৈৰাগীৰ ধন আৰু ফিক্সড ডিপ’জিট জব্দ
বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্রমিক কল্যাণ পৰিষদত সংঘটিত দুৰ্নীতিৰ গোচৰত ঠিকাদাৰ প্ৰিয়াংশু বৈৰাগীৰ বেংক একাউণ্টৰ ধন আৰু ফিক্স...