August 24, 2024 9:03 PM

views 65

অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্রমিক কল্যাণ পৰিষদৰ দুৰ্নীতিৰ গোচৰত ঠিকাদাৰ প্ৰিয়াংশু বৈৰাগীৰ ধন আৰু ফিক্সড ডিপ’জিট জব্দ

বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্রমিক কল্যাণ পৰিষদত সংঘটিত দুৰ্নীতিৰ গোচৰত ঠিকাদাৰ প্ৰিয়াংশু বৈৰাগীৰ বেংক একাউণ্টৰ ধন আৰু ফিক্সড ডিপ’জিট জব্দ কৰিছে। পূৰ্বশ্ৰী প্ৰিণ্টিং হাউছ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী প্ৰিয়াংশু বৈৰাগীৰ ৩৪ কোটি ৩ লাখ টকা ধন আৰু ফিক্সড ডিপ’জিট জব্দ কৰা হয়। অবৈধ ধনৰ লেনদেন প্ৰতিৰোধ আইনৰ অধীনত এই ধন জব্দ কৰাৰ লগতে সঞ্চাকালয়ে বিভিন্ন আপত্তিজনক সামগ্ৰী আৰু নথি-পত্রও জব্দ কৰে। উল্লেখযোগ্য যে অসম গৃহ আৰু অন্যান্য নির্মাণ শ্...