July 24, 2024 10:31 AM

views 12

২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ কংগ্ৰেছৰ সমালোচনা

কংগ্ৰেছে ২০২৪-২৫বৰ্ষৰ কেন্দ্ৰীয় বাজেটক সমালোচনা কৰি কৈছে যে বাজেটত সাধাৰণ মানুহক সকাহ প্রদানৰ বাবে কোনো ব্যৱস্থা নাই। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত এইবাৰৰ বাজেট বিজেপিৰ মিত্ৰৰ পক্ষত প্ৰস্তুত কৰা হৈছে বুলি দাবী কৰিছে। দলৰ সভাপতি মল্লিকার্জুন খার্গেই কয় যে সমগ্র দেশে মুদ্রাস্ফীতিৰ সৈতে যুঁজি থকাৰ সময়তো বাজেটত মুদ্রাস্ফীতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। মল্লিকার্জুন খাৰ্গেই যুৱচামৰ বাবে কংগ্ৰেছে প্ৰস্তুত কৰা আঁচনি নকল কৰি বিজেপিয়ে নাম সলনি কৰাৰো অ...