September 21, 2024 9:09 PM

views 18

জম্মুত কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খার্গেৰ নিৰ্বাচনী প্ৰচাৰ

জম্মুত আসন্ন নির্বাচনৰ বাবে নিজ দলৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হৈ কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খার্গেই কয় যে, ৰাহুল গান্ধীলৈ অহা ভাবুকিৰ বাবে তেওঁৰ দলে অনাগত সময়ত আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰিব। আকাশবাণী জন্মৰ সংবাদদাতাই জনোৱা মতে আৰ এছ এছ আৰু বিজেপিৰ বিষাক্ত মানসিকতাই তেওঁলোকৰ ওপৰত কোনোধৰণৰ বাধা আৰোপ কৰিব নোৱাৰে বুলি শ্ৰী খাৰ্গেই মন্তব্য কৰে। লোকসভাৰ বিৰোধী পক্ষৰ নেতাগৰাকীৰ বিৰুদ্ধে আগবঢ়োৱা অপমানজনক বক্তব্যৰ বাবে ভাৰতৰ প্রধানমন্ত্ৰীগৰাকীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিও...