July 7, 2025 1:43 PM July 7, 2025 1:43 PM
16
অসম প্রদেশ কংগ্ৰেছ কমিটী, জিলা কংগ্ৰেছ কমিটীৰ সভাপতি, ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ নাম ঘোষণা
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিৰ অনুমোদন সাপেক্ষে সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত অসম প্রদেশ কংগ্ৰেছ কমিটী, ৰাজ্যৰ বিভিন্ন জিলা কংগ্ৰেছ কমিটীৰ সভাপতিৰ লগতে ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ নাম ঘোষণা কৰা হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল স্বাক্ষৰিত পত্ৰ অনুসৰি জীতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত ১৯ জনীয়া ৰাজনৈতিক পৰিক্ৰমা কমিটী সদস্যসকলৰ নামৰ তালিকা কালি প্ৰকাশ পাইছে। ১৯ জনীয়া কমিটীখনৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সকলো সদস্য স্থায়ী সদস্য হিচাপে থাকিব। আনহাতে প্ৰদেশ কংগ্ৰেছৰ এই কমিটীৰ ত...