December 11, 2024 8:12 PM

views 10

সদ্যসমাপ্ত উপ-নির্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ পৰ্যালোচনাৰ উদ্দেশ্যে ১৩ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৈঠক

কংগ্ৰেছে সদ্যসমাপ্ত উপ-নির্বাচনত লাভ কৰা পৰাজয়ৰ কাৰণ পৰ্যালোচনাৰ উদ্দেশ্যে ১৩ ডিচেম্বৰৰ পৰা তিনি-দিনীয়া বৈঠকৰ আহ্বান কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গুৱাহাটীত হ'বলগীয়া এই পর্যালোচনা বৈঠকত দলৰ উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰিব আৰু নিৰ্বাচনত দলটোৰ প্ৰদৰ্শনৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ব। কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰিছে বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে দলে আসন্ন পঞ্চায়ত নিৰ্বাচনত...