October 25, 2024 10:57 AM

views 12

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৪৮ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ

কংগ্ৰেছে মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে। এই অনুসৰি দলৰ জ্যেষ্ঠ নেতা পৃথিৰাজ চৌহানে কৰাড দক্ষিণ বিধানসভা সমষ্টিৰ পৰা আৰু বিজয় বালাচাহেব থোৰাটে সংগমনেৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিধানসভাত বিৰোধী পক্ষৰ নেতা বিজয় ৱেডেটিৱাৰক ব্ৰহ্মপুৰী আসনৰ পৰা দলীয় টিকট প্ৰদান কৰা হৈছে। একেদৰে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি নানা পটোলেই চাকলি সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। কংগ্ৰেছে লগতে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে আৰু ৭ গৰাকী প্ৰাৰ্থীৰ নাম ঘ...