June 12, 2024 7:55 PM June 12, 2024 7:55 PM
11
২৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে মত বিনিময় শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ
শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটীত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাক্সা আৰু গোৱালপাৰা জিলাৰ ২৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে মত বিনিময় কৰে। সমগ্ৰ শিক্ষা অভিযানৰ অধীনত বিজ্ঞান আৰু গণিত বিষয়ৰ মাধ্যমিক শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে আয়োজন কৰা ছদিনীয়া প্রশিক্ষণ কাৰ্যসূচী শিক্ষাৰ্থীসকলৰ শৈক্ষিক মান উন্নত কৰিব বুলি শিক্ষামন্ত্রী ডা০ পেগুৱে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে সমগ্র শিক্ষা অভিযানে বিগত দুবছৰত ৪ হাজাৰ ৫৬১ গৰাকী বিজ্ঞান আৰু গণিত বিষয়ৰ...