June 21, 2024 7:45 PM June 21, 2024 7:45 PM
11
অসম মাধ্যমিক শিক্ষা পৰিষদৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা
অসম মাধ্যমিক শিক্ষা পৰিষদে আজি কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। ঘোষণা কৰা ফলাফল অনুসৰি অৱতীৰ্ণ হোৱা মুঠ ৫০,৬১৮ গৰাকী পৰিক্ষাৰ্থীৰ ভিতৰত ২১,৫৪২ গৰাকী পৰিক্ষাৰ্থী কম্পার্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হৈছে। ১৫১গৰাকী পৰিক্ষাৰ্থী প্ৰথম বিভাগত, ৮,৮১২গৰাকী দ্বিতীয় বিভাগ আৰু ১২,৫৪২গৰাকী পৰিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। কম্পার্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৪২.৫৬। মেট্ৰিকৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রথম বর্ষত নামভৰ্তিৰ ব...