May 10, 2024 6:54 PM

views 19

গুৱাহাটীত কমনৱেল্থ সংসদীয় সংস্থাৰ উত্তৰ-পূব সংমণ্ডলৰ কাৰ্যনিৰ্বাহকৰ বৈঠক

গুৱাহাটীত আজি কমনৱেল্থ সংসদীয় সংস্থাৰ উত্তৰ-পূব সংমণ্ডলৰ কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হয়। উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষই অংশগ্ৰহণ কৰা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৰুণাচল বিধানসভাৰ অধ্যক্ষৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত আঠটা তৰাযুক্ত সংস্থাৰ নতুন ল'গো ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ এই বৈঠকতে উত্তৰ-পূব সংমণ্ডলৰ নতুন কমিটি গঠন কৰা হয়। নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ ছাৰিংগেইন লংকুমাৰক নতুন কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। আনহা...