October 29, 2024 12:10 PM

views 12

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ছৌদি আৰব ভ্ৰমণ কৰিব

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ছৌদি আৰব ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰত আৰু ছৌদি আৰবৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰা আৰু বাণিজ্য, বিনিয়োগ তথা অর্থনৈতিক সহযোগিতাৰ ন ন দিশ অন্বেষণ কৰা। এই ভ্ৰমণৰ সময়ত শ্রীগোৱেলে ৰিয়াধত আয়োজিত ভৱিষ্যত বিনিয়োগ উদ্যমৰ অষ্টম সংস্কৰণতো অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে ছৌদি আৰবৰ মন্ত্ৰীসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হৈ শক্তি পৰিৱৰ্তন, ডিজিটেল পৰিৱৰ্তন আৰু বাণিজ্যিক সুবিধাসমূ...