September 15, 2025 8:50 PM

views 14

কলকাতাৰ বিজয় দুৰ্গৰ সেনা বাহিনীৰ সংযুক্ত কমাণ্ডাৰ্ছসকলৰ সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ বিজয় দুৰ্গৰ সেনা বাহিনীৰ পূব কামাণ্ড মুখ্য কাৰ্যালয়ত সংযুক্ত কমাণ্ডাৰ্ছ সকলৰ সন্মিলনত উপস্থিত থাকে। সন্মিলনত শ্ৰীমোদীয়ে দেশ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদান আৰু অপাৰেছন সিন্দূৰত দেখুওৱা সাহসীকতাৰ বাবে নিৰাপত্তা বাহিনীসমূহক প্ৰশংসা কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে আজি দেশৰ নিৰাপত্তা বাহিনীসমূহৰ ২০৪৭ৰ ভৱিষ্যনথি মুকলি কৰে। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, প্ৰতি...