October 3, 2024 12:22 PM

views 23

কম্বোডিয়াত আবদ্ধ হৈ থকা ৬৭জন ভাৰতীয় নাগৰিকক উদ্ধাৰ

কম্বোডিয়াত ভুৱা এজেণ্টৰ জৰিয়তে লাভ কৰা প্ৰৱঞ্চনামূলক চাইবাৰ অপৰাধৰ দ্বাৰা চাকৰিৰ প্ৰস্তাৱত আবদ্ধ হৈ থকা ৬৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে। ন'ম প্নেহত থকা ভাৰতীয় দূতাৱাসে কম্বোডিয়াৰ আৰক্ষীৰ সহযোগত তেওঁলোকক ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰে। ২৮ গৰাকী লোকক দুই-এদিনৰ ভিতৰতে দেশলৈ ঘূৰাই অনা হ'ব। দূতাবাসে জনাইছে যে, তেওঁলোক চাইবাৰ অপৰাধত আবদ্ধ ভাৰতীয় নাগৰিকসকলক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু অহৰহ ইয়াৰ ওপৰত নিৰীক্ষণ কৰি আছে। দূতাবাসে লগতে ভাৰতীয় নাগৰিকসকলক সন্দেহজনক এজেণ্ট আৰু সামাজিক মাধ্যমৰ বিজ...