December 28, 2025 9:07 PM December 28, 2025 9:07 PM

views 1

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিগত তিনি-চাৰিদিন ধৰি শীতৰ প্ৰকোপ বৃদ্ধি

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। আজিও গোটেই দিনটো ঘন কুঁৱলীয়ে চৌপাশ আৱৰি ৰখাৰ ফলত দূৰণিবটীয়া যাত্ৰা পথত যান-বাহন চলাচলৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হয়। মহানগৰীৰ ঠায়ে ঠায়ে জনসাধাৰণে সন্ধিয়াৰ ভাগত জুই জ্বলাই উম লোৱা পৰিলক্ষিত হৈছে। আজি মহানগৰীৰ পথসমূহত জনসাধাৰণৰ আহ-যাহ কিছু কম হোৱা পৰিলক্ষিত হয়। আজি ৰাজ্যৰ সৰ্বোচ্চ তাপমাত্রা ২৪ ডিগ্ৰী আৰু সৰ্বনিম্ন ১৫ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থকা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে । প্ৰচণ্ড শীত আৰু ...