January 6, 2025 6:10 PM January 6, 2025 6:10 PM
6
উত্তৰ আৰু উত্তৰ-পূব ভাৰতত একেৰাহে চতুর্থ দিনৰ বাবেও প্রচণ্ড শীত অনুভূত
সমগ্ৰ উত্তৰ আৰু উত্তৰপূব ভাৰতত আজি একেৰাহে চতুর্থ দিনৰ বাবেও প্রচণ্ড শীত অনুভূত হোৱাৰ লগতে তাপমাত্রা নিম্নগামী হৈছে।এই সময়চোৱাত ঘন কুঁৱলীয়ে চৌপাশ আঁৱৰি ৰখাৰ ফলত কেইবাখনো মহানগৰত দৃশ্যমানতা হ্ৰাস পাইছে। ইয়াৰ ফলত ৰে'ল আৰু বিমান চলাচলো প্ৰভাৱিত হৈছে। কাশ্মীৰ উপত্যকাৰ লগতে জম্মু সংমণ্ডলৰ বিভিন্ন স্থানত কালি মধ্যমীয়াৰ পৰা প্ৰচণ্ড তুষাৰপাত হয়। ২৭৫ কিলোমিটাৰ জোৰা ৪৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিগুণ্ড খণ্ড যোৱা নিশা তুষাৰপাতৰ বাবে বন্ধ কৰিব দিবলগীয়া হয়। স্থানীয় প্রশাসনে সেই অঞ্চলৰ জনসাধাৰণক বতৰ উ...