December 13, 2025 11:40 AM

views 10

কয়লা সেতু নীতিত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

বিভিন্ন প্ৰকাৰৰ ঔদ্যোগিক ব্যৱহাৰৰ বাবে কয়লাৰ নিলাম তথা এই সম্পদবিধৰ উপযুক্ত ব্যৱহাৰ আৰু ৰপ্তানিৰ ক্ষেত্ৰত এটা নতুন ব্যৱস্থাৰ সৃষ্টি কৰি কেন্দ্ৰীয় চৰকাৰে কালি কয়লা সেতু নীতিত অনুমোদন জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে কালি নিৰৱচ্ছিন্ন, যোগ্য আৰু স্বচ্ছ ব্যৱহাৰৰ বাবে কয়লাৰ ব্যৱহাৰ, ৰপ্তানি আদিৰ নিবিদাৰ নীতিত অনুমতি প্ৰদান কৰে। মন্ত্ৰীসভাৰ এই সিদ্ধান্তৰ বিষয়ে নতুন দিল্লীত সাংবাদিকৰ আগত প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, য...