August 13, 2025 9:16 PM
ৰঙাপৰা সমজিলা, ডিগবৈ সমজিলাৰ আয়ুক্ত কাৰ্যালয় উদ্বোধন
ৰাজ্যত আজি পুনৰ দুখন সমজিলা আনুষ্ঠানিকভাৱে সংযোজন কৰা হয়। মন্ত্রী পীযূষ হাজৰিকাই আজি শোণিতপুৰ জিলাৰ ৰঙাপৰা সমজিলাৰ আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰে। ৰঙাপৰা সমজিলাৰ আয়ুক্তৰ কাৰ্যালয় মু...