July 6, 2025 12:55 PM July 6, 2025 12:55 PM

views 3

২০২৬ৰ জানুৱাৰীৰ পৰা গুৱাহাটীৰ জি এছ ৰোডৰ ২৩ আৰু ৩৬ নম্বৰ পথত কেৱল বিদ্যুৎচালিত তথা চি এন জি বাছহে চলাচল কৰিব

অহা বছৰ জানুৱাৰীৰ পৰা মহানগৰীৰ জি এছ ৰোডৰ ২৩ আৰু ৩৬ নম্বৰ পথত কেৱল বিদ্যুৎচালিত তথা চি এন জি বাছহে চলাচল কৰিব পাৰিব। এই সন্দৰ্ভত কালি আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব আৰু সহকাৰী পৰিবহণ আয়ুক্ত তামচিন আফতাবৰ তত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। ইয়াৰ ফলত জি এছ ৰোডৰ ২৩ আৰু ৩৬ নম্বৰ পথ দুটা সম্পূৰ্ণ গ্রীন ৰোড অর্থাৎ সেউজ পথ হিচাপে পৰিগণিত হ'ব। সচিব তামচিন আফতাবে এই দুটা পথত চলা ডিজেল চালিত বাছসমূহ জানুৱাৰী মাহৰ আগতে মহানগৰীৰ আন পথলৈ স্থানান্তৰিত কৰাৰ বাবে ব্য...