August 11, 2025 11:41 AM August 11, 2025 11:41 AM
33
বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান অব্যাহত
বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলীয় প্ৰাৰ্থীসকলক পৰিষদীয় নিৰ্বাচনত জয়ী কৰোৱাৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে। একেদৰে ইউ পি পি এলৰ হৈ প্ৰমোদ বড়ো, বি পি এফৰ হৈ হাগ্ৰামা মহিলাৰীয়েও বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাই আহিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বি টি চি নিৰ্বাচনত বিজেপিক শক্তিশালীৰূপত অৱতীৰ্ণ কৰাবলৈ কালি দিহিৰা, ককলাবাৰী...