July 16, 2024 12:22 PM July 16, 2024 12:22 PM

views 11

বেটকুছিত উপস্থিত হৈ অঞ্চলটোৰ বাট-পথ, নলা নর্দমা আদি পৰিদর্শন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ বেটকুছিত উপস্থিত হৈ অঞ্চলটোৰ বাট-পথ, নলা নর্দমা আদি পৰিদর্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে স্থানীয় ৰাইজৰ সৈতে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহ সন্দৰ্ভত আলোচনা কৰে। তেওঁ নির্দিষ্ট সময়ত এই সমস্যাসমূহ সমাধানৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। বেটকুছিৰ শিৱশক্তি নগৰত আয়োজিত সভাত মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়ে। এই অনুষ্ঠানত বিধায়ক তৰংগ গগৈ, কমলেক্ষ দে পুরকায়স্থ, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ ...

July 16, 2024 10:29 AM July 16, 2024 10:29 AM

views 9

বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকৰ ক্ষেত্ৰত অসমে শেহতীয়াকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে

■ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকৰ ক্ষেত্ৰত অসমে শেহতীয়াকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। নিটি আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত এই কথা প্ৰকাশ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই সূচকাংক ২০১৮ চনৰ ৪৯ৰ পৰা বৃদ্ধি পাই সম্প্ৰতি ৭১ লৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে সামগ্রিকভাৱে দেশৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকও ৭১ নির্ধাৰণ কৰা হৈছে। সেই অনুসৰি অসমে সম্প্ৰতি দেশৰ আগস্থানপ্রাপ্ত ৰাজ্যৰ তালিকাত স্থান লা...

July 15, 2024 10:56 AM July 15, 2024 10:56 AM

views 9

চি বি এছ ই পাঠ্যক্ৰমৰ আধাৰত শিক্ষাদান কৰা আদৰ্শ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰে ৯৬ শতাংশ স্পৰ্শ কৰিছেঃ মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে স্থাপন কৰা ইংৰাজী মাধ্যমৰ আৰু চি বি এছ ই পাঠ্যক্ৰমৰ আধাৰত শিক্ষাদান কৰা আদৰ্শ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰে ৯৬ শতাংশ স্পৰ্শ কৰিছে বুলি প্ৰকাশ কৰিছে। কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আদৰ্শ বিদ্যালয় সংগঠনৰ উদ্যোগত আয়োজিত আদর্শ বিদ্যালয়সমূহৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি শ্ৰীশৰ্মাই এইদৰে কয়। আদৰ্শ বিদ্যালয় প্রতিষ্ঠা ৰাজ্যৰ শৈক্ষিক জগতত ব্যতিক্রমী সংযোজন বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। আনহাতে এই বিদ্যালয়সমূহৰ ফলাফলে ৰাজ্য চৰকাৰৰ ...

July 11, 2024 9:06 PM July 11, 2024 9:06 PM

views 6

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰ্হি সলনি সন্দৰ্ভত বিভিন্ন পক্ষই প্রতিক্রিয়া ব্যক্ত কৰাত বিষয়টো পুনৰ বিবেচনা কৰা হ’বঃ মুখ্যমন্ত্রী

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰ্হি সলনি সন্দৰ্ভত বিভিন্ন পক্ষই প্রতিক্রিয়া ব্যক্ত কৰাত বিষয়টো পুনৰ বিবেচনা কৰা হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজকি মাধ্যমযোগে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়টো পুনৰ বিবেচনা কৰি এই সন্দৰ্ভত শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

July 11, 2024 8:59 PM July 11, 2024 8:59 PM

views 14

সত্ৰাধিকাৰ ভবানন্দ দেৱ গোস্বামীৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক ভবানন্দ দেৱ গোস্বামীৰ আজি দেহাৱসান ঘটে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী ডা০ ৰণোজ পেগুৱে সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী দেৱ গোস্বামীয়ে অসমীয়া জাতি জীৱনলৈ আগবঢ়োৱা অৱদানক ৰাজ্যবাসীয়ে স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। একেদৰে মন্ত্ৰী বৰা আৰু ডা০ পেগুৱে দেৱ গোস্বামীৰ মৃত্যু জাতীয় জীৱনৰ অপূৰ্ণীয় ক্ষতি ...

June 28, 2024 7:44 PM June 28, 2024 7:44 PM

views 11

কামাখ্যা মন্দিৰত ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে মুখ্যমন্ত্রীৰ প্ৰাৰ্থনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা ক’ৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে জনায় যে, নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই প্ৰকল্পটোৰ কাম লাভ কৰিছে। কোম্পানীটোৱে নক্সা আৰু পৰিকল্পনা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীক প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানে সকলো পৰীক...

June 28, 2024 7:46 PM June 28, 2024 7:46 PM

views 16

১১১ কোটি টকা ব্যয় সাপেক্ষ ৰবীন্দ্ৰ ভৱনৰ অভিলাসী পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰ সাজুঃ মুখ্যমন্ত্রী

ৰাজ্যৰ কলা আৰু সাংস্কৃতিক চৰ্চাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আন্তঃগাঁথনি উন্নীতকৰণ আৰু পৰিৱৰ্তনশীল সময়ৰ প্ৰয়োজনীয়তা অনুসৰি ১১১ কোটি টকা ব্যয় সাপেক্ষ অভিলাসী পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে।

June 28, 2024 6:12 PM June 28, 2024 6:12 PM

views 21

কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা ক'ৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্রীয়ে জনায় যে, নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই প্ৰকল্পটোৰ কাম লাভ কৰিছে। কোম্পানীটোৱে নক্সা আৰু পৰিকল্পনা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীক প্রদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানে সকলো পৰীক...

June 28, 2024 6:10 PM June 28, 2024 6:10 PM

views 11

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্রয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই কামৰ বাবে এক কোটি টকাৰ আৱণ্টন দিয়ে। আৱণ্টিত ধনেৰে কালিৰে পৰা টিনপাত সলনি কৰাৰ কাম কৰা হৈছে। নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সত্ৰ পৰিচালনা সমিতিৰ সৈ...

June 28, 2024 12:33 PM June 28, 2024 12:33 PM

views 10

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্ৰয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই কামৰ বাবে এক কোটি টকাৰ আৱণ্টন দিয়ে। আৱণ্টিত ধনেৰে কালিৰে পৰা টিনপাত সলনি কৰাৰ কাম কৰা হৈছে। নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সত্ৰ পৰিচালনা সমিতিৰ সৈ...