August 3, 2025 6:25 PM August 3, 2025 6:25 PM
7
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তামুলপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত অনুষ্ঠিত কার্যকর্তা সন্মিলনত অংশগ্ৰহণ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত অনুষ্ঠিত কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰি সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই দৰঙাজুলি, নাগ্ৰীজুলি আৰু শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত দলীয় কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিজেপি চৰকাৰ শাসনত থকালৈ ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীৰ ...