January 9, 2026 1:44 PM

views 15

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীর্ণ ৪,৩৭৪ গৰাকী চতুৰ্থবৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এ ডি আৰ ইত উত্তীর্ণ ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাগৰাকী মন্ত্ৰী উপস্থিত আছে। অনুষ্ঠানত ভাষণ দি শ্রী মণিৱন্ননে নিযুক্তি লাভ কৰা প্রা...