January 9, 2026 12:19 PM
32
ভোটাৰ তালিকাৰ খচৰাৰ পৰা সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়াসকলক মুখ্যমন্ত্ৰীৰ নির্দেশ
ভোটাৰ তালিকাৰ খচৰাত সন্দেহজনক লোকৰ নাম দেখা মাত্ৰেই কৰ্তন কৰাৰ বাবে যিকোনো ভাৰতীয় নাগৰিকে আবেদন জনাব পাৰে আৰু এয়া অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। ভোটাৰ তালিকাৰ খচৰাক লৈ বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, যে সকলো ৰাজনৈতিক দলৰে সন্দেহজনক লোক দেখা মাত্রেই নাম কৰ্তন কৰাৰ বাবে উপযুক্ত পদ্ধতিৰে আবেদন জনোৱাৰ দায়বদ্ধতা আছে। অবৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বাবে বিজেপি নেত...