July 13, 2025 12:39 PM July 13, 2025 12:39 PM

views 5

দৰং জিলাৰ পুনিয়াত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰকল্পৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলাৰ পুনিয়াত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্তেম্বৰৰ অসম ভ্ৰমণৰ সময়ত এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ কয়, যে প্রধানমন্ত্রীয়ে সেই দিনটোত দৰঙৰ পুনিয়াৰ পৰাই প্ৰায় ৮ হাজাৰ কোটি টকাৰ প্ৰকল্প নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিব। একেটা অনুষ্ঠানতেই নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্রকল্পৰো আধাৰশিলা স্থাপন কৰা হ’ব বুলি মুখ্যম...