October 24, 2025 12:29 PM October 24, 2025 12:29 PM
10
আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্রীৰ কাছাৰ আৰু শ্রীভূমি জিলা ভ্ৰমণ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে কাছাৰ আৰু শ্রীভূমি জিলা ভ্ৰমণ কৰি কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশগ্রহণ কৰিব। মুখ্যমন্ত্রীয়ে ইতিমধ্যে শ্রীভূমি জিলাৰ ৰামকৃষ্ণ নগৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক চেক বিতৰণ কৰে। মহিলাসকলক আর্থিকভাবে স্বাৱলম্বী কৰি তোলাৰ লগতে আত্মনিৰ্ভৰশীল আৰু উদ্যোগী মনোভাৱেৰে গঢ়ি তোলাৰ লক্ষ্যৰে এই কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰিছে। শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ডতো মুখ্যমন্ত্রীয়ে দুপৰীয়াৰ ভাগত শিলচৰ বিধানসভা সমষ্টিৰ ১৩...