April 1, 2025 6:29 PM April 1, 2025 6:29 PM
11
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ মহিলা উদ্যমিতা আঁচনিৰ উদ্বোধন
দুদিনীয়া ভ্রমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহিলা উদ্যমিতা আঁচনিৰ উদ্বোধন কৰে। বিহালী সমষ্টিত এই আঁচনিৰ অধীনত সমষ্টিটোৰ প্ৰায় ২৩ হাজাৰ গৰাকী মহিলাক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৩০ লাখ মহিলা উপকৃত হ'ব বুলি জানিবলৈ দিয়ে। প্ৰাৰম্ভিক মূলধনৰ সদ্ব্যৱহাৰ কৰা মহিলাক অহা বছৰ ২৫ হাজাৰ টকা প্ৰদান কৰাৰ বিষয়েও মুখ্যমন্ত্রীয়ে আজি ঘোষণা কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৫০ হাজাৰ টকাৰ অৰ্থ সাহায্য উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলল...