January 6, 2026 12:51 PM

views 25

ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে আত্মনিৰ্ভৰশীল কৰি তোলাটোৱে বিজেপি চৰকাৰৰ লক্ষ্য বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য

গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ মাজত চেক বিতৰণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা বোকাখাতত উপস্থিত হৈছে। বোকাখাতৰ জেনেৰেল ষ্টেডিয়ামত আজি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্রসংগত কয়, যে গ্রাম্য অর্থনীতি শক্তিশালী কৰাই ৰাজ্য চৰকাৰ মূল লক্ষ্য। লগতে মহিলাসকলকো অর্থনৈতিকভাবে স্বাৱলম্বী কৰিবলৈ চৰকাৰে সংকল্প গ্রহণ কৰিছে। এই উদ্দেশ্যে ৰাজ্যৰ ৫৫ টা সমষ্টিত আত্মসহা...