December 31, 2025 12:22 PM

views 22

অসমত মৌলবাদী সমস্যা বহুদিনলৈ থাকিবঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

অসমত মৌলবাদী সমস্যাটো বহুদিনলৈ থাকিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰিছে। মৌলবাদী কাৰ্যকলাপৰ লগত জড়িত ১১ জন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিষয়টো সন্দৰ্ভত প্রতিক্রিয়া প্ৰকাশ কৰি কয়, যে মৌলবাদী অসমত শক্তিশালী হৈ আছে। যিহেতু অসম বাংলাদেশৰ চুবুৰীয়া ৰাজ্য সেয়েহে অসমত এনে সমস্যা বহুদিনলৈ থাকিব বুলি তেওঁ কয়। উল্লেখযোগ্য যে ৰাজ্যত গোপনে কুটাঘাতমূলক কার্যকলাপত লিপ্ত হোৱা বহিঃৰাষ্ট্ৰৰ মৌলবাদী শক্তিক অপাৰেচন প্ৰতিঘাতৰ জৰিয়তে উৎখাত কৰা বুলি গুৱাহাটী মহানগৰ আৰক্ষী...