December 4, 2025 12:57 PM

views 21

তামুলপুৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। জিলাখনৰ পথালিকুছিত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বি টি আৰৰ মুৰববী হাগ্রামা মহিলাৰি আৰু বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শ্রী মহিলাৰীয়ে ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যত বৰ্তমান জনজাতিৰ স্বীকৃতিপ্রাপ্ত যিসমূহ জনগোষ্ঠী আছে তেওঁলোকৰ অধিকাৰ খৰ্ব নোহোৱাকৈ বি টি চি অঞ্চলত থকা কোচ ৰাজবংশী বা আন আদ...

July 4, 2025 6:33 PM

views 18

তামুলপুৰত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলাত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহৰ বৰ্তমানৰ স্থিতি, হিতাধিকাৰীৰ সংখ্যা আৰু তৃণমূল পৰ্যায়ত ইয়াৰ প্ৰভাবৰ পৰ্যালোচনা কৰে। যুৱ প্ৰজন্ম আৰু মহিলাসকলক আর্থিক সাহায্য প্রদানেৰে আত্মনিৰ্ভৰশীল কৰি তোলাটোৱে এই আঁচনিসমূহৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই স্বচ্ছ আৰু নিকা পদ্ধতিৰে আঁচনিসমূহৰ সঠিক ৰূপায়ণত গুৰুত্ব আৰোপ কৰে। এই পর্যালোচনা বৈঠক...