October 4, 2024 6:57 PM

views 16

আজি আৰু কাইলৈ ৰাজ্যৰ ২১খন জিলাত ৩৯খন সম-জিলাৰ কাৰ্যালয় মুকলি

প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হৈছে। এই প্রশাসনিক সংস্কাৰমূলক ব্যৱস্থাৰ দ্বাৰা এতিয়াৰে পৰা সাধাৰণ নাগৰিকে ভূমি ৰাজহ দণ্ডাধীকাৰ, উন্নয়ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী আদি বিভিন্ন জিলা পৰ্যায়ৰ সেৱাসমূহ সমজিলাৰ কাৰ্যালয়তে লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সমজিলা মুকলি সন্দৰ্ভত সামাজিক মাধ্যমযোগে কয় যে, আমি ৰাজ্যত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি ঘটাইছো। আজিৰ পৰা ৰা...