November 3, 2025 9:51 PM November 3, 2025 9:51 PM
12
শোণিতপুৰৰ জামুগুৰিহাটত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটত নদুৱাৰ বিধানসভা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে। জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰ পকামূৰা পথাৰত আয়োজিত জনসভাত সমষ্টিটোৰ ৩১ হাজাৰ ৪৫ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয়। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে যোৱা ১ এপ্ৰিলত বিহালী সমষ্টিত শুভাৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান ৰাজ্যৰ সকলোবোৰ স...