October 30, 2024 8:31 PM

views 23

ৰাজ্যত ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্যঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা

অসমে ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনে লগতে সৌৰ শক্তিৰ সঞ্চয় আৰু বিতৰণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবেও পদক্ষেপ লৈছে। তেওঁ কয় যে বৰ্ধিত ঘৰুৱা আৰু উদ্যোগিক চাহিদা পূৰণৰ বাবে অসমে ৰাজ্যখনত স্বচ্ছ শক্তিৰ উৎপাদন বৃদ্ধি কৰিবলৈ ভালেমান পদক্ষেপ লৈছে। কাৰ্বি আংলং জিলাত ৫০০ মেগাৱাট সৌৰ শক্তি সম্পন্ন প্রকল্প স্থাপনৰ লগতে নৱীকৰণযোগ্য শক্তিক্ষেত্ৰৰ সৱলীকৰণৰ বাবেও ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব...