October 15, 2025 9:35 PM

views 37

নতুন দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীৰ অসম ভৱনত ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত ড০ শৰ্মাই সাংবাদিকৰ আগত ছিংগাপুৰ আৰক্ষীয়ে শীঘ্ৰেই তদন্তৰ সবিশেষ প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে। ছিংগাপুৰ আৰক্ষীয়ে অনুমতি দিলে তদন্তৰ বাবে এছ আই টিৰ দল অতি সোনকালে ছিংগাপুৰলৈ যাব বুলিও মুখ্যমন্ত্রীয়ে লগতে প্রকাশ কৰে ৷ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত পেছাদাৰীভাৱে চলিছে বুলি উল্লেখ কৰি তেওঁ অসমবাসীক ধৈর্য ধৰিবলৈ আৰু চৰকাৰ তথা ন্যায়ালয...