May 31, 2025 12:23 PM

views 21

জটিল বান পৰিস্থিতিৰ বাবে আজি গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধ

জটিল বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান আজি বন্ধ থাকিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিছপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয়, যে কামৰূপ মহানগৰ আৰু কামৰূপৰ চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ বাবে নৈমিত্তিক ছুটী দিয়া হৈছে। সম্ভাব্য বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সকলো জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আলোচনা কৰে বুলিও সংবাদমেলত প্ৰকাশ কৰে। ভূমিস্খলনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ, ডিমা হাছাও,...