November 1, 2025 11:53 AM

views 37

সৰুসজাইত তিনিটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

দ্বিতীয় এডভান্টেজ আছামত স্বাক্ষৰিত বুজাবুজি চুক্তিক বাস্তবায়িতকৰণৰ দিশত শক্তিশালী পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সৰুসজাইত তিনিটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যত বিশ্বমানৰ স্বাস্থ্য আৰু আতিথ্যখণ্ডৰ আন্তঃগাঁথনিৰ দিশত বিশেষভাবে গুরুত্বপূর্ণ এই প্রকল্পকেইটা হৈছে গ্লোবেল হেল্থ লিমিটেডৰ মেডান্টা ছুপাৰ স্পেছিয়েলিটি হাস্পতাল, আৰ জে কর্প হেল্থ কেয়াৰৰ ক'ক'ন মাদাৰ এণ্ড চাইল্ড কেয়াৰ হাস্পতাল আৰু লেমন ট্রি প্রিমিয়াৰ পঞ্চতাৰকা হোটেল। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই ...