October 30, 2025 8:20 PM October 30, 2025 8:20 PM
19
শদিয়াত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ২৭,৫৭৩ গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ চেক প্ৰদান
মহিলা উদ্যোগীসকলৰ সৱলীকৰণৰ জৰিয়তে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি শদিয়া বিধানসভা সমষ্টিৰ ২৭ হাজাৰ ৫৭৩ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয়। এই উপলক্ষে শদিয়াৰ চপাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে মহিলাসকলে যাতে সমাজত সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি ৰূপায়ণ কৰিছে। এই পদক্ষেপে মহিলাসকলক আর্থিকভাৱে ...