December 9, 2025 7:19 PM

views 10

পি এম আৱাস যোজনা গ্রামীণৰ অন্তৰ্গত ৰাজ্যত গৃহ নিৰ্মাণৰ অনুমোদন পত্ৰ বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অন্তৰ্গত ২০২৫-২৬ বৰ্ষৰ বাবে তিনি লাখৰো অধিক হিতাধিকাৰীলৈ যোজনাৰ অনুমোদন পত্ৰৰ ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ আজি উদ্বোধন কৰে। কামৰূপ জিলাৰ বকোৰ গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত হিতাধিকাৰীসকলৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। মুখ্যমন্ত্রীয়ে কয়, যে এই আঁচনিৰ অধীনত চৰকাৰে বহুসংখ্যক নতুন হিতাধিকাৰীকো অন্তৰ্ভুক্ত কৰিব। পূৰ্বৰ চৰকাৰৰ অতি কম পৰিমাণৰ ধনৰ তুলনাত বৰ্তমানৰ চৰকাৰে এই আঁচনিৰ...